মহিন্দ্ৰা মহাভেটৰ

মহিন্দ্ৰা মহাভেটৰ হৈছে হেভী ডিউটী ৰটেৰী টিলাৰ/ ৰ’টাভেটৰ যি অত্যন্ত দীৰ্ঘস্থায়ী আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিত অগতানুগতিক পাৰদৰ্শিতা আগবঢ়ায়৷ ই সেমেকা বা শুকান যিয়ে নহওক, মজলীয়াৰ পৰা গধুৰ মাটিত কাৰ্যকৰীভাৱে কাম কৰিবলৈ ডিজাইন কৰা হৈছে৷ এই টিলাৰ/ ৰ’টাভেটৰে আনকি কঠিন মাটিতো, কুহিয়াৰ আৰু কপাহৰ দৰে শস্যৰ ক্ষেত্ৰত উৎকৃষ্ট কটা আৰু মিহলি কৰা সক্ষমতা আগবঢ়াই কঠিন শস্যৰ ৰৈ যোৱা অংশৰে কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পাৰে৷ মহিন্দ্ৰা মহাভেটৰ এক বিস্তৃত পৰিসৰৰ ট্ৰেক্টৰৰ সৈতে খাপ খাব পৰা যি ইয়াক খেতিয়কসকলৰ বাবে বহুমুখী আৰু বিশ্বাসযোগ্য পচন্দ কৰি তোলে৷ 

SPECIFICATIONS ৰ দ্বাৰা

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰা মহাভেটৰ

প্ৰডাক্টৰ নামট্ৰেক্টৰ ইঞ্জিনৰ পাৱাৰ ৰেঞ্জ (কিলোৱাট) (এইচপি)মুঠ প্ৰস্থ (মিমি)মুঠ দৈৰ্ঘ্য (মিমি)মুঠ উচ্চতা (মিমি)ৱৰ্কিং বেধ (মিমি)টিলিং বেধ, ব্লেড আউট টু আউট (মিমি)ৱৰ্কিং গভীৰতা (মিমি)ওজন (কেজি) (প্ৰপেলাৰ শ্বাফ্ট অবিহনে)ব্লেডৰ প্ৰকাৰ*ব্লেডৰ সংখ্যামাল্টি স্পীডচাইড ট্ৰেঞ্চমিচনষ্টেণ্ডাৰ্ড স্পীড গীয়েৰ
মহিন্দ্ৰা মহাভেটৰ 1.6 মি33 - 37 (45-50 HP)1801951114916361544100-140438এল/চি প্ৰকাৰ36মাল্টি স্পীডগীয়েৰ ড্ৰাইভ17/21
মহিন্দ্ৰা মহাভেটৰ 1.8 মি37 - 41 (50-55HP)2054951114918891797100-140480এল/চি প্ৰকাৰ42মাল্টি স্পীডগীয়েৰ ড্ৰাইভ17/21
মহিন্দ্ৰা মহাভেটৰ 2.1 মি41-45 (55-60 HP)2307951114921422050100-140506এল/চি প্ৰকাৰ48মাল্টি স্পীডগীয়েৰ ড্ৰাইভ17/21
মহিন্দ্ৰা মহাভেটৰ 2.3 মি45-48 (60-65 HP)25051069115523402249100-140570এল/চি প্ৰকাৰ54মাল্টি স্পীডগীয়েৰ ড্ৰাইভ17/21
মহিন্দ্ৰা মহাভেটৰ 2.5 মি48-52  
(65-70 HP)
28121020114926472556100-140610এল/চি প্ৰকাৰ60মাল্টি স্পীডগীয়েৰ ড্ৰাইভ17/21
আপুনিও ভাল পাব পাৰে
NEO
মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ'
অধিক জানি লওক
Dharti Mitra
মহিন্দ্ৰা মহভেতৰ এইচ ডি ছিংগল স্পীড
অধিক জানি লওক
Dharti Mitra
মহিন্দ্ৰা মাহাভেটৰ এইছ ডি
অধিক জানি লওক
Mahindra Gyrovator
মহিন্দ্ৰা জাইৰ’ভেটৰ
অধিক জানি লওক
MAHINDRA SUPERVATOR
মহিন্দ্ৰা চুপাৰভেটৰ
অধিক জানি লওক
MAHINDRA Rotavator
ৰ’টাভেটৰ তেজ-ই এমএলএক্স
অধিক জানি লওক
MAHINDRA TEZ-E ZLX
মহিন্দ্ৰা তেজ-ই জেডএলএক্স+
অধিক জানি লওক
Mahindra Gyrovator
মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+
অধিক জানি লওক

Blogs

Jul 4, 2023

Mahindra’s Tractor’s Potato Farming Guide

Potato farming is meticulous, and many Indian farmers rely on various Farm Equipment, agricultural implements,

Read more

Jun 2, 2023

Which is the Best Tractor for Farming in India?

Farming tractors are the essential companions of farmers; these robust machines help them work efficiently

Read more

Mar 22, 2023

Choosing the Right Tractor for Groundnut Farming

Groundnut, or peanut, is grown in five states of India, namely Andhra Pradesh, Gujarat, Tamil

Read more

Oct 17, 2021

Why Buy a Mahindra 275 DI XP Plus Tractor: Mileage, Features & Specs

The Indian Tractor market is unique—farmers are looking for an all-rounder tractor that satisfies all

Read more
close

How's Your Experience So Far?